গুৱাহাটী উচ্চ ন্যায়ালয়-জিলা আদালত চৌহদত ” ন’ ফ্লাই জ’ন” ঘোষণা

গুৱাহাটী উচ্চ ন্যায়ালয়-জিলা আদালত চৌহদত ” ন’ ফ্লাই জ’ন” ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী উচ্চ ন্যায়ালয় চৌহদ তথা গুৱাহাটী জিলা আদালত চৌহদক সামৰি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ “ন’ ফ্লাই জ’ন” হিচাপে ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা দণ্ডাধীশে । এই ব্যবস্হা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব ।