গুৱাহাটীত বিৰল প্ৰজাতিৰ চৰাই উদ্ধাৰ

গুৱাহাটীত বিৰল প্ৰজাতিৰ চৰাই উদ্ধাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীৰ ভেটাপাৰাত চিলনি সদৃশ বিৰল প্ৰজাতিৰ চৰাই এটি উদ্ধাৰ কৰে৷নতুন অসমীয়া চলচ্চিত্ৰ ‘চিলনী চোৰ’ৰ দৃশ্যগ্ৰহণ চলি থকা সময়তে কাকতলীয়ভাৱে চৰাই পোৱালীটোক উদ্ধাৰ কৰে কলা-কুশলীসকলে৷ ৰাজ্যিক চিৰিখানাৰ এটি দলক পোৱালীটো গতাই দিয়ে ছবিখনৰ কৰ্মকৰ্তাসকলে৷