গুৱাহাটীত উপস্থিত হ’ব ৰাষ্ট্ৰপতি পদৰ এন ডি এৰ সমৰ্থিত প্ৰাৰ্থী দৌপদী মূৰ্মু 

Pc Mint

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমলৈ আহিব ৰাষ্ট্ৰপতি পদৰ এন ডি এৰ প্ৰাৰ্থী দ্ৰৌপদী মূৰ্মু। আজি নিশা ৮.৩০ বজাত  গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হ’ব দ্ৰৌপদী মূৰ্মু।  ৰাজ্য চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই বিমানবন্দৰতে এন ডি এৰ প্ৰাৰ্থীগৰাকীক উষ্ম আদৰণি জনাব।