গুজৰাটৰ পৰা গ্ৰেপ্তাৰ সিদ্ধু মুছৱালাৰ হত্যাত জড়িত শ্বাৰ্পশ্বুটাৰ

pc India.com

গুজৰাটৰ পৰা গ্ৰেপ্তাৰ সিদ্ধু মুছৱালাৰ হত্যাত জড়িত শ্বাৰ্পশ্বুটাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  পুনে আৰক্ষীয়ে গুজৰাটৰ পৰা গায়ক-ৰাজনীতিবিদ সিদ্ধু মুছৱালাৰ হত্যাৰ সৈতে জড়িত এজন শ্বাৰ্পশ্বুটাৰ সন্তোষ যাদৱক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে যাদৱৰ সহায়ককো আটক কৰে, যি হত্যাৰ গোচৰটোৰ সন্দেহভাজন। ২৯ মে’ত পঞ্জাৱৰ মানচা জিলাৰ জৱাহাৰকে গাঁৱত আক্ৰমণকাৰীয়ে মুজৱালাক গুলীয়াই হত্যা কৰিছিল।