গণেশ উদ্যানত সাত বিহু
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰতিবছৰৰ দৰে এইবাৰো 6 বহাগ ইংৰাজী 20এপ্ৰিলত গণেশগুৰিৰ শ্ৰী শ্ৰী গণেশ উদ্যান প্ৰাংগনত ঐতিহাসিক সাত বিহুৰ আয়োজন কৰা হয়৷সাত বিহু উপলক্ষে সন্ধিয়া ৬ বজাৰ পৰা এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয়৷সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবলি বৰুৱাৰ গীতৰ শৰাই। নিশা দহ বজাৰ পৰা সংগীত পৰিৱেশন কৰে জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীয়ে।
