খানাপাৰাৰ উৰণীয়া সেঁতুত ভয়ংকৰ ঘটনা

খানাপাৰাৰ উৰণীয়া সেঁতুত ভয়ংকৰ ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা-  খানাপাৰাৰ উৰণীয়া সেঁতুত ভয়ংকৰ ঘটনা সংঘটিত। কোনো অচিনাক্ত লোকে এজন যুৱকক খানাপাৰাৰ উৰণীয়া সেঁতুৰ ওপৰৰ পৰা তললৈ পেলাই দিয়ে। যুৱকজন পেছাত এজন ট্ৰাকচালক। তেওঁৰ নাম গুৰচফি আলী বুলি জানিব পৰা গৈছে। যুৱকজনৰ দেহত বহুতো আঘাতৰ চিহ্ন দেখা গৈছে। ঘটনাস্থলীত বশিষ্ঠ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ  কৰিছে।আনহাতে যুৱকজনক চিকিৎসাৰ বাবে লৈ যায় ।