খবৰ – সংযুক্তা দত্ত

PC - Business Standard

খবৰ

সংযুক্তা দত্ত

: ল’ৰাটোৰ ৰিজাল্ট ভাল নহয় বুজিছে … তাতে আকৌ চৰকাৰী বিদ্যালয়ত পঢ়া…ইমান কম শতাংশ পালে ভৱিষ্যতে কি কৰি খাব ?
: হেৰা শুনিছা নে?
: কি হ’ল নো ! ইমানকৈ ৰাতিপুৱাই কিয় চিঞৰি আছে
: দৈনিক জনমভূমিৰ প্ৰথম পৃষ্ঠাতে আজি আমাৰ ঘৰৰ ওচৰৰ কংকনৰ নাম আছে। অসমৰ ভিতৰতে এ.পি.এছ.চি.ত প্ৰথম স্থানপ্ৰাপ্ত। চৰকাৰী বিদ্যালয় পৰা পঢ়া শুনা কৰি অসমৰ ভিতৰতে প্ৰথমস্থান পাবলৈ সক্ষম হৈছে ।