কৰিমগঞ্জৰ পঞ্চায়ত উপ-নির্বাচনৰ বাবে ১ জুলাইত স্থানীয় বন্ধ ঘোষণা 

Pc The Economic Times

কৰিমগঞ্জৰ পঞ্চায়ত উপ-নির্বাচনৰ বাবে ১ জুলাইত স্থানীয় বন্ধ ঘোষণা 

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰা এক নিৰ্দেশনাযোগে কৰিমগঞ্জ জিলাৰ লোৱাইপাৰা আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত ৩৫ নং বাঘান গাওঁ পঞ্চায়ত এলেকাৰ সভাপতি পদৰ উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অহা ১ জুলাইত স্থানীয় বন্ধ ঘোষণা কৰিছে। সেই অনুসৰি অহা ১ জুলাইত কৰিমগঞ্জ জিলাৰ ৩৫ নং বাঘান গাওঁ পঞ্চায়ত এলেকাৰ অধীনস্থ সকলো চৰকাৰী/বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, ব্যৱসায় প্রতিষ্ঠান, বেংক, চাহবাগিচা আৰু উদ্যোগ আদি বন্ধ থাকিব ৷