অণুগল্প
ক্ষমা
যমুনা দুলু বৈশ্য,শুৱালকুছি
ৰঙীন সপোনে দীঘলীয়া কৰি তোলে — হেঁপাহৰে ৰঞ্জুয়ে বোৱাৰী হৈ এখন ঘৰ আৱৰি থাকে গোটৈই পৰিয়ালটোকে।
মাকে শিকোৱা কথাষাৰ উপলদ্ধি কৰে কৰ্মই আমাৰ ধৰ্ম ,ক্ষমা হ’ল মহৎ গুণ সেই গুণৰ দ্বাৰাহে মানৱতাৰ পৰিচয় পোৱা যায় ।
এই বিশ্ব ব্ৰহ্মাণ্ডৰ , সকলোৰে জীৱনত অবিৰত ভাবে চলি থাকে এই জীৱন যুদ্ধ।
