কৌতুক
এছ ইছলাম, শিক্ষক
বৰপেটা
পত্নী-“হেৰা, বিয়াৰ আগতে তুমি মোক কৈছিলা,
তোমাক ৰাজৰাণী হিচাপে ৰাখিম। এতিয়া দেখোন ঘৰৰ কাম-কাজ সকলো কৰিব লাগে।
মই যেন চাকৰিণী।”
পতি-“অ’ নহয় নহয়,তোমাক ৰাজৰাণী হিচাপেই ৰাখিছোঁ। কাৰণ মোৰ আগৰ ঘৈণীয়েকজনীৰ
নাম আছিল ৰাজৰাণী।”