কোৱা শুনো- নিভা ৰাণী বৰুৱা

PC - Foliage Friend

কোৱা শুনো

কোৱা শুনো
দুখত কোনেও নিদিয়ে সহাঁৰি,
মোৰ দেখোন আছে লগৰী,
হুমনিয়াহ নাযায় আতঁৰি,
স্মৃতি বোৰ বুকুত সোমাই
হুমনিয়াহ এৰি এৰি।
দুগালতো আহে দুধাৰি ,
নিকা কৰি দুখৰ অতপালি,
আনি দিয়ে দুচকুলৈআশাৰ ৰেঙনি।

নিভা ৰাণী বৰুৱা