কোহলীৰ বিশ্ব অভিলেখ ভংগ পাকিস্তানৰ অধিনায়ক বাবৰ আজমৰ

pc Hindustan Times

কোহলীৰ বিশ্ব অভিলেখ ভংগ পাকিস্তানৰ অধিনায়ক বাবৰ আজমৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  পাকিস্তানৰ অধিনায়ক বাবৰ আজমে ভাৰতৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীৰ অধিনায়ক হিচাপে এদিনীয়া ক্ৰিকেটত ১,০০০ ৰাণ সংগ্ৰহ কৰা দ্ৰুততম বেটাৰ হোৱাৰ বিশ্ব অভিলেখ ভংগ কৰে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথম খন এদিনীয়াত ১০৩(১০৭) ৰাণ সংগ্ৰহ কৰাৰ লগে লগে বাবৰে অধিনায়ক হিচাপে ১৩ টা ইনিংছত ১,০০০ এদিনীয়া ৰাণ অতিক্ৰম কৰে। কোহলীয়ে পূৰ্বে ১৭ টা ইনিংছ অভিলেখ গঢ়িছিল।