কোভিড-১৯ বুষ্টাৰ ভেকছিন পালিৰ প্ৰয়োজনীয়তা সমৰ্থন কৰাৰ বাবে কোনো বৈজ্ঞানিক প্ৰমাণ নাই: আইচিএমআৰ( ICMR)

Pc Deccan Chronicle

কোভিড-১৯ বুষ্টাৰ ভেকছিন পালিৰ প্ৰয়োজনীয়তা সমৰ্থন কৰাৰ বাবে কোনো বৈজ্ঞানিক প্ৰমাণ নাই: আইচিএমআৰ( ICMR)

ৰঙিলী বাৰ্ত্তাসেৱা- আইচিএমআৰ( ICMR)ৰ সঞ্চালক প্ৰধান ড০ বলৰাম ভাৰ্গৱে কয় যে কোভিড-১৯ৰ বিৰুদ্ধে বুষ্টাৰ ভেকছিনৰ পালিৰ প্ৰয়োজনীয়তাৰ সমৰ্থনত এতিয়ালৈকে কোনো বৈজ্ঞানিক প্ৰমাণ নাই। তেওঁ লগতে কয়, “সকলো প্ৰাপ্তবয়স্ক লোকক কোভিড-১৯ ভেকছিনৰ দ্বিতীয় পালি প্ৰদান কৰা আৰু কেৱল ভাৰতেই নহয়, সমগ্ৰ বিশ্বতে যাতে টিকাকৰণ কৰা হয় সেয়া নিশ্চিত কৰাটো বৰ্তমানৰ বাবে চৰকাৰৰ অগ্ৰাধিকাৰ।”