কে এল ৰাহুল নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পৰা বাহিৰ

Pc latestly

কে এল ৰাহুল নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পৰা বাহিৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  উইকেটকিপাৰ-বেটছেমন কে এল ৰাহুলৰ বাওঁ উৰুত পেশীৰ চাপৰ বাবে নিউজিলেণ্ডৰ বিৰুদ্ধে দুখন খেলৰ টেষ্ট শৃংখলাৰ পৰা বাহিৰ কৰা হৈছে। সৰ্বভাৰতীয় জ্যেষ্ঠ বাছনি সমিতিয়ে সূৰ্যকুমাৰ যাদৱক কে এল ৰাহুলৰ সলনি হিচাপে নামাকৰণ কৰিছে। ভাৰত আৰু নিউজিলেণ্ডৰ মাজত প্ৰথম খন টেষ্ট ২০২১ চনৰ ২৫ নৱেম্বৰত কানপুৰত আৰম্ভ হ’ব।