মন্ত্ৰী পীয়ুষ হাজৰিকাৰ সংবাদমেল।
সংবাদেমলত মন্ত্ৰীগৰাকীয়ে কয়-‘নিবনুৱা যুৱক-যুৱতীৰ বাবে প্ৰশাসনিক ৰিফৰ্মৰ যোগেদি এম্প্লয়মেন্ট এক্সেঞ্জ (EMPLOYMENT EXCHANGE) লৈ গৈ পঞ্জীয়ণ কৰাৰ সলনি অনলাইন যোগে কৰাৰ সুবিধা প্ৰদান।’
‘কেবিনেটৰ সিদ্ধান্ত মতে গাঁও বুঢ়া সকল গাঁও প্ৰধান হ’ব।‘বয়স ৩০ বছৰৰ পৰা ৬৫বছৰ হ’ব সময়সীমা।’
‘প্ৰাকৃতিক দুৰ্যোগৰ সময়ত চৰকাৰী মাটিত থকা লোক সকলক ঘৰ তথা আন সাহাৰ্য লাভ কৰিব।’
‘বেদখলকাৰী তথা বনাঞ্চলত এই সুবিধা নাপাব।’
‘ছিপাঝাৰৰ ঢলপুৰ মন্দিৰক পৰ্যটনৰ বাবে ১৮০বিঘা মাটি দিয়াৰ সিদ্ধান্ত লৈছে কেবিনেটে।’
কেবিনেটৰ সিদ্ধান্ত মতে গাঁও বুঢ়া সকল গাঁও প্ৰধান হ’ব,EMPLOYMENT EXCHANGE t হব অনলাইন ৰেজিষ্ট্ৰেচন – মন্ত্ৰী পীয়ুষ হাজৰিকা
