কাশ্মীৰ উপত্যকাত ৩ জন পাকিস্তানীসহ ৭ জন সন্ত্ৰাসবাদী নিহত

pc hindustan Times

কাশ্মীৰ উপত্যকাত ৩ জন পাকিস্তানীসহ ৭ জন সন্ত্ৰাসবাদী নিহত

ৰঙিলী বাৰ্ত্তাসেৱা-   জম্মু-কাশ্মীৰ আৰক্ষীয়ে জনোৱা অনুসৰি কাশ্মীৰ উপত্যকাত ৩ জন পাকিস্তানী নাগৰিকসহ ৭ জন সন্ত্ৰাসবাদী নিহত হয়। কুপৱাৰাত চাৰিজন, কুলগামত দুজন আৰু পুলৱামাত আন এজন সন্ত্ৰাসবাদী নিহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। কাশ্মীৰ জোন আৰক্ষীয়ে টুইট কৰি কয় যে এজন পাকিস্তানী সন্ত্ৰাসবাদী এলইটিৰ সৈতে জড়িত আছিল আনহাতে দুজন সন্ত্ৰাসবাদী এলইটি চি শ্ৰেণী আৰু জেইএম চি শ্ৰেণীৰ সৈতে জড়িত আছিল।