কাটাৰৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাত ভাৰতৰ গুৰুত্ব প্ৰদান

কাটাৰৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাত ভাৰতৰ গুৰুত্ব প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাটাৰৰ পৰিবহণ মন্ত্ৰী যশীম ছৈফ আহমেদ আল-ছুলাইতিৰ সৈতে  গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়৷ভাৰতীয় বন্দৰ আৰু কাটাৰৰ বন্দৰৰ মাজত সম্পৰ্ক উন্নীতকে ধৰি দ্বিপাক্ষিক সামুদ্ৰিক সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্যৰে এই আলোচনা অনুষ্ঠিত হৈছে: সৰ্বানন্দ সোণোৱাল৷ভাৰত আৰু কাটাৰৰ মাজত সম্পূৰ্ণ কূটনৈতিক সম্পৰ্ক প্ৰতিষ্ঠাৰ ৫০ বছৰ পূৰ্ণ ২০২৩ বৰ্ষত৷