কপাল – সম্প্ৰীতি কোঁৱৰ

Pc Pinterest

অণুগল্প

কপাল

সম্প্ৰীতি কোঁৱৰ
এজিমালা,কেৰেলা

বাৰ্ষিক ক্ৰিয়া সপ্তাহত প্ৰথমবাৰৰ বাবে তাইৰ অভিনয় দেখি দুয়োজনেই অভিভূত হৈ পৰিছিল।
অতি কম সময়ৰ ভিতৰতে শ্ৰেষ্ঠ শিশু শিল্পী হিচাপে সকলোৰে প্ৰিয় হৈ পৰিল।
লগে লগে ভগৱানৰো।