কটন বিশ্ববিদ্যালয়ৰ বাকৰিত শ্ৰদ্ধাঞ্জলি
ৰঙিলী বাৰ্ত্তাসেৱা- কটন বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰৰ উদ্যোগত কটন বিশ্ববিদ্যালয়ৰ বাকৰিত ধলপুৰৰ অসমীয়া উদ্যমী যুৱক তথা সতীৰ্থ কটনিয়ানৰ ককায়েক পৱন হাজৰিকাৰ কৰুণ মৃত্যুৰ ঘটনাই অসম জোকাৰি গৈছে। তেওঁৰ প্ৰতিকৃতিৰ ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা জনোৱাৰ লগতে এই লেহেমীয়া আইনী ব্যৱস্থাটোক প্ৰশ্ন কৰাৰ বাবে সমূহ কটনিয়ান ল’গ হয়।উপস্থিত আটাইয়ে শীঘ্ৰে দোষীক কৰায়ত্ত কৰি শাস্তি প্ৰদান কৰাৰ বাবে দাবী জনায়৷