কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ প্ৰতিবাদ

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ প্ৰতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা– কটন বিশ্ববিদ্যালয়ৰ মুখ্যদ্বাৰৰ সন্মুখত কটন বিশ্ববিদ্যালয়ৰ একতা সভাৰ সভাপতি হিমাংশু কুমাৰ দাসৰ নেতৃত্বত আজি প্ৰায় ৫০ জন মান ছাত্ৰ ছাত্ৰীয়ে কা আইনৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি অসমৰ মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধান জী পি সিংক সকিয়নি দি প্ৰতিবাদ সাব্যস্ত কৰে। আজি নিশাৰ আলোচনাৰ অন্তত অহা কাইলৈ বেলেগ কাৰ্য্যসূচী হাতত ল’ব বুলি জানিব পৰা যায়।