কটন বিশ্ববিদ্যালয়ত জুবিন গাৰ্গৰ ন্যায় বিচাৰি অনশণ
ৰঙিলী বাৰ্ত্তাসেৱা– ৰাতিপুৱা ০৮:০০ বজাৰ পৰা সন্ধিয়া ৪:০০ বজালৈ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত বিশ্ববিদ্যালয়ৰ মুখ্য দুৱাৰৰ সন্মুখত, ১৭ নৱেম্বৰৰ পৰা ২২ নৱেম্বৰলৈ আয়োজন কৰা “জুবিন সপ্তাহ ২০২৫” ৰ আজি সামৰণিৰ দিনা, জুবিন গাৰ্গক স্মৰণ কৰি তেওঁৰ ন্যায়ৰ দাবীত এক অনশন কাৰ্য্যসূচী ৰূপায়ন কৰে। উক্ত কাৰ্য্যসূচীত সাধাৰণ সম্পাদক কৃতিময় কাশ্যপ, হিৰুজ বৰুৱা, নিশান্ত ভৰদ্বাজ, ৰক্তিম বৰকাকতিকে আদি কৰি প্ৰায় ১৫ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
