ওদালগুৰি সমষ্টিৰ মেধাৱী ছাত্ৰ-ছাত্ৰীলৈ আৰ্থিক অনুদানৰ চেক

pc Sentinel Assam

ওদালগুৰি সমষ্টিৰ মেধাৱী ছাত্ৰ-ছাত্ৰীলৈ আৰ্থিক অনুদানৰ চেক

অনলাইন বাৰ্ত্তাসেৱা- বিটিছিৰ উপমুখ্য কাৰ্যবাহী তথা বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে ওদালগুৰি সমষ্টিৰ অন্তৰ্গত ২০০ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীলৈ ১০ হেজাৰ টকাৰ চেক বিতৰণ কৰে। ওদাগুৰি উন্নয়ন খণ্ডৰ সভাপতি বিনুৱেল ওৱাৰীয়ে আঁত ধৰা উক্ত চেক বিতৰণ অনুষ্ঠানত উপস্থিত থাকি উপ-মুখ্য কাৰ্যবাহী তথা বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে কয়ঃ ছাত্ৰ-ছাত্ৰীসকললৈ বিধায়ক পুঁজিওদালগুৰি সমষ্টিৰ মেধাৱী ছাত্ৰ-ছাত্ৰীলৈ আৰ্থিক অনুদানৰ চেকৰ জৰিয়তে বিতৰণ কৰা ধনৰাশি শিক্ষাৰ নামত সদ্ব্যৱহাৰ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকললৈ আহ্বান জনায়। আনহাতে তেওঁ বিটিচি পৰিষদ ঐৰু অসম চৰকাৰৰ আঁচনি সম্পৰ্কে অৱগত কৰি বক্তব্য ৰাখে যে এনে উন্নয়নমূলক সা-সুবিধা গ্ৰহণ কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনাই।

(RT)