ঐৰামঘাটত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত

ঐৰামঘাটত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত

ৰঙিলী বাৰ্ত্তাসেৱা-  জোনাইৰ ঐৰামঘাটত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। গোপাল ছেত্ৰীৰ নামৰ ব্যক্তিজনৰ বাসগৃহত  নিশা সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ড। জুইত ভস্মীভূত হৈ লক্ষাধিক টকাৰ সা-সম্পত্তি। ছৰ্টচাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হয়।ইফালে স্থানীয় ৰাইজে জুই নুমাবলৈ আপ্ৰাণ চেষ্টা চলায় যদিও জুই নুমাবলৈ সক্ষম নহ’ল। পিছত জোনাই অগ্নিনিৰ্বাপক বাহিনী আৰক্ষী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়৷