এমুঠি জীৱন – যমুনা দুলু বৈশ্য

Pc SciTechDaily

অণুগল্প

এমুঠি জীৱন 

 যমুনা দুলু বৈশ্য
শুৱালকুছি

ৰক্তাক্ত মৃতদেহটো দেখি দৌৰাদৌৰিকৈ আহি ইফালে- সিফালে চাই হুকহুকাই কান্দিবলৈ ধৰিলে ।

আঁচলত বান্ধি লৈ ফুৰা সপোন বোৰে নয়নাই ,এমুঠি জীৱনৰ আশাবোৰ—–! !

চকুতে শুকাই যায় মধুৰ সম্পৰ্কৰ প্ৰতিচ্ছবিবোৰে ওঁঠত বাজি ৰয় নিঃসঙ্গে–।