এমচিডি শিক্ষকসকলৰ প্ৰতিবাদ

pc Hindustan Times

এমচিডি শিক্ষকসকলৰ প্ৰতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা-  পৌৰ বিদ্যালয় শিক্ষক সন্থাই দিল্লী পৌৰ নিগমৰ (এমচিডি) দ্বাৰা দৰমহা বিতৰণত পলম হোৱাৰ প্ৰতিবাদত যুটীয়া ধৰ্মঘট অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। খবৰ অনুসৰি বহুতো শিক্ষকৰ দৰমহা ইডিএমচিত পাঁচ মাহৰ পৰা স্থগিত হৈ আছে। “পূব এমচিডিত পাঁচ মাহ আৰু উত্তৰ এমচিডিত দুমাহ ৰৈ আছে,” ইউনিয়নৰ মুৰব্বীয়ে কয়।