এফ এ কাপৰ ছেমি ফাইনেলত লিভাৰপুলে ম্যানচেষ্টাৰ চিটিক ৩-২ গ’লত পৰাস্ত কৰে

pc Sportstar- The Hindu

এফ এ কাপৰ ছেমি ফাইনেলত লিভাৰপুলে ম্যানচেষ্টাৰ চিটিক ৩-২ গ’লত পৰাস্ত কৰে

ৰঙিলী বাৰ্ত্তাসেৱা-  এফ এ কাপৰ ছেমি ফাইনেলত লিভাৰপুলে ম্যানচেষ্টাৰ চিটিক ৩-২ গ’লত পৰাস্ত কৰে। ছাদিঅ’ মানেৰ দুটা আৰু ইব্ৰাহিমা কোনেটৰ এটা গ’লে লিভাৰপুলক অৰ্ধ-সময়ত ৩-০ ৰ অগ্ৰগতি প্ৰদান কৰে। লিভাৰপুলে তেওঁলোকৰ প্ৰথম এফএ কাপ ফাইনেলত উপনীত হৈছে। আনখন ছেমি ফাইনেলত দেওবাৰে চেলচি আৰু ক্ৰিষ্টাল পেলেছ মুখামুখি হ’ব।