এফআইএইচ মহিলা হকী বিশ্বকাপ ২০২২ ৰ বাবে হকী ইণ্ডিয়াৰ ১৮ জনীয়া দল ঘোষণা

Pc India Today

এফআইএইচ মহিলা হকী বিশ্বকাপ ২০২২ ৰ বাবে হকী ইণ্ডিয়াৰ ১৮ জনীয়া দল ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা-  ১ জুলাইৰ পৰা নেডাৰলেণ্ড আৰু স্পেইনত অনুষ্ঠিত হ’বলগীয়া এফআইএইচ মহিলা হকী বিশ্বকাপ ২০২২ৰ বাবে হকী ইণ্ডিয়াই ১৮ জনীয়া দল ঘোষণা কৰে। সবিতাই দলটোক নেতৃত্ব দিব, আনহাতে দীপ গ্ৰেছ এক্কাক উপ-অধিনায়ক হিচাপে মনোনীত কৰা হৈছে। ফৰৱাৰ্ড ৰাণী ৰামপালক আঘাতৰ বাবে দলৰ পৰা বাদ দিয়া হৈছিল। পুল বি-ত ভাৰতক গোট কৰা হৈছে।