এন ই এফ কলেজৰ চৰ- চাপৰি সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস

এন ই এফ কলেজৰ চৰ- চাপৰি সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীৰ সাওকুছিস্থিত এন ই এফ কলেজৰ প্ৰাংগনত অসম চৰ-চাপৰি সাহিত্য সভাৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়৷ মুকলি সভাত অসম সাহিত্য সভাৰ সভাপতি সূৰ্য হাজৰিকা, বিশিষ্ট লেখক ময়ূৰ বৰা, এন ই এফ কলেজৰ সঞ্চালক ড° জাকিৰ হুছেইন,লেখিকা ৰমিচা বেগম আদি কেইবাজনো বিশিষ্ট গণ্য মান্য ব্যক্তি উপস্থিত থাকে৷