এটা মুছলিম পৰিয়ালৰ বিশ্বৰ সৰ্ববৃহৎ হিন্দু মন্দিৰৰ বাবে বিহাৰত ২.৫ কোটি টকাৰ ভূমি দান 

pc Times of India

এটা মুছলিম পৰিয়ালৰ বিশ্বৰ সৰ্ববৃহৎ হিন্দু মন্দিৰৰ বাবে বিহাৰত ২.৫ কোটি টকাৰ ভূমি দান 

ৰঙিলী বাৰ্ত্তাসেৱা-  এটা মুছলমান পৰিয়ালে বিহাৰত বিশ্বৰ সৰ্ববৃহৎ হিন্দু মন্দিৰ বিৰাট ৰামায়ণ মন্দিৰ নিৰ্মাণৰ বাবে ২.৫ কোটি টকাৰ ভূমি দান কৰিছে। প্ৰকল্পটো হাতত লোৱা পাটনাস্থিত মহাবীৰ মন্দিৰ ন্যাসৰ মুৰব্বী আচাৰ্য কিশোৰ কুনালে কয় যে ভূমি দান কৰা ইষ্টিয়াক আহমেদ খান গুৱাহাটীস্থিত পূব চম্পাৰণৰ এজন ব্যৱসায়ী।