এছ.বি.আই.-য়ে ঋণৰ হাৰ ০.১% বৃদ্ধি কৰিছে

pc Outlook India

এছ.বি.আই.-য়ে ঋণৰ হাৰ ০.১% বৃদ্ধি কৰিছে

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতৰ আটাইতকৈ ডাঙৰ ঋণদাতা ষ্টেট বেঙ্ক অফ ইণ্ডিয়াই (এছ.বি.আই.) সকলো ঋণৰ ম্যাদত পুঁজি-আধাৰিত ঋণ হাৰৰ (এম.চি.এল.আৰ.) প্ৰান্তিক ব্যয় ১০ বেছিছ পইণ্ট বা ০.১% বৃদ্ধি কৰিছে। এই বৃদ্ধিৰ সৈতে, ঋণ লওঁতাসকলৰ বাবে ই.এম.আই. বৃদ্ধি হ’ব। এছ.বি.আই.-ৰ পিছত, কোটাক মহিন্দ্ৰা, বেংক অফ বৰোদা আৰু এক্সিছ বেঙ্কেও এম.চি.এল.আৰ. বৃদ্ধি ৰ ঘোষণা কৰে।