এক ভয়াৱহ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰিল বৰপেটা অসামৰিক চিকিৎসালয়

এক ভয়াৱহ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰিল বৰপেটা অসামৰিক চিকিৎসালয়

ৰঙিলী বাৰ্ত্তাসেৱা-  এক ভয়াৱহ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰিল কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়। কলগাছিয়াৰ এগৰাকী চিকিৎসক আৰু ৰাইজৰ তৎপৰতাত ভয়াৱহ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে চিকিৎসালয়খন। অগ্নিকাণ্ডৰ ধোঁৱাই চিকিৎসালয় ছানি ধৰাত ৰোগীৰ মাজত সৃষ্টি হয় হাহাকাৰ। নাৰ্ছৰ কোঠাৰ পৰা সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। শ্বৰ্ট ছাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।