এই প্ৰগতি সাধাৰণ নহয়:  প্ৰধানমন্ত্ৰী মোদী

এই প্ৰগতি সাধাৰণ নহয়:  প্ৰধানমন্ত্ৰী মোদী

ৰঙিলী বাৰ্ত্তাসেৱা-    প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, “ভাৰত বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি হৈ পৰিছে। এই প্ৰগতি সাধাৰণ নহয় আৰু আমি এই উৎসাহ বজাই ৰাখিব লাগিব।” তেওঁ গুজৰাটত এটা অনুষ্ঠানক সম্বোধন কৰি এই কথা কৈছিল। ভাৰতে ব্ৰিটেইনক অতিক্ৰম কৰিছে আৰু এতিয়া কেৱল আমেৰিকা যুক্তৰাজ্য, চীন, জাপান আৰু জাৰ্মানীৰ পিছত আছে।