এইমছৰ মহিলা ফিজিঅ’থেৰাপিষ্টৰ যোধপুৰত নিজ বাসগৃহত আত্মহত্যা

pc The Sentinel Assam

অনলাইন বাৰ্ত্তাসেৱা – আৰক্ষীৰ দ্বাৰা জানিব পৰা গৈছে যে যোধপুৰৰ এইমছত এগৰাকী ৪২ বছৰীয়া মহিলা ফিজিঅ’থেৰাপিষ্টে নিজৰ ঘৰত আত্মহত্যা কৰে। আৰক্ষীয়ে লগতে উল্লেখ কৰে যে নিজ কৰ্মৰ পৰা উভতি অহাৰ পিছত, তেওঁ তেওঁৰ স্বামী আৰু দুই সন্তানৰ সৈতে কিছু সময় কটাইছিল আৰু তাৰ পিছত তেওঁ নিজৰ কোঠালৈ গৈছিল। যেতিয়া তেওঁৰ ল’ৰা-ছোৱালীয়ে তেওঁক চাবলৈ যায়, তেখেতক ফেনত ওলমি থকা অৱস্থাত পোৱা গৈছিল।

(UD.)