উৰিষ্যা চৰকাৰৰ ৪০ লাখ কৃষকলৈ ৮০০ কোটি বিত্তীয় সাহায্য প্ৰদান

pc-the print

উৰিষ্যা চৰকাৰৰ ৪০ লাখ কৃষকলৈ ৮০০ কোটি বিত্তীয় সাহায্য প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা-  উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে ৰাজ্যখনৰ ৪০ লাখ কৃষকৰ বেংক একাউণ্টলৈ বিত্তীয় সাহায্য হিচাপে পোনপটীয়াকৈ ৮০০ কোটি টকা স্থানান্তৰ কৰিছে। তেওঁ কয়, “কৃষি আৰু কৃষকৰ কল্যাণৰ বিকাশ হৈছে ৰাজ্য চৰকাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্যসূচী।” “এই বছৰ কৃষিৰ বাবে বাজেটত ২০,০০০ কোটিতকৈও অধিক প্ৰদান কৰা হৈছে,” পাটনায়কে লগতে কয়।