অণুগল্প
উপমা
নীলোৎপল শইকীয়া, নগাঁও
সৰুৰেপৰা দুয়োৰে বৰ মিল,
ৰাইজৰ দ্বাৰাও “ৰাম-লক্ষ্মণ” বা “জয়-বিজয়” বুলিহে অভিহিত….
কালক্ৰমত….
“ দে’তা আৰু খুৰা একেই…”,
‘কেনেকুৱা’,
স্মিত হাঁহিৰে ক’লে “ পেটেলা…”…
অণুগল্প
উপমা
নীলোৎপল শইকীয়া, নগাঁও
সৰুৰেপৰা দুয়োৰে বৰ মিল,
ৰাইজৰ দ্বাৰাও “ৰাম-লক্ষ্মণ” বা “জয়-বিজয়” বুলিহে অভিহিত….
কালক্ৰমত….
“ দে’তা আৰু খুৰা একেই…”,
‘কেনেকুৱা’,
স্মিত হাঁহিৰে ক’লে “ পেটেলা…”…