উদীয়মান যুৱ সমাজ বংশৰ-সস্তৰৰ উদ্যোগত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি

উদীয়মান যুৱ সমাজ বংশৰ-সস্তৰৰ উদ্যোগত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপৰ বংশৰতো উদীয়মান যুৱ সমাজ বংশৰ-সস্তৰৰ উদ্যোগত হিয়াৰ আমঠু,নৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত সন্ধিয়া ৭ঃ০০ বজাত শ্রদ্ধাঞ্জলি জনোৱা হয়। লগতে মুল বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজকৰ্মী, ভাগৱতাচাৰ্য বগাৰাম বৈশ্যই। অনুষ্ঠানত ৰাইজৰ সহযোগত ২০১ গছি চাকি জ্বলাই শিল্পী গৰাকীক শেষ শ্রদ্ধা জনাই। লগতে আত ধৰে ডান্স কৰিঅ’গ্ৰাফাৰ বিশ্বজিৎ বৈশ্যই।