উত্তৰ প্ৰদেশৰ স্বাস্থ্য চুপাৰভাইজাৰে প্ৰদান কৰে ৫০ টালৈকে ভুৱা ভেকছিন ; গ্ৰেপ্তাৰ কৰা হয়

pc The Print

উত্তৰ প্ৰদেশৰ স্বাস্থ্য চুপাৰভাইজাৰে প্ৰদান কৰে ৫০ টালৈকে ভুৱা ভেকছিন ; গ্ৰেপ্তাৰ কৰা হয়

অনলাইন বাৰ্ত্তাসেৱা – উত্তৰ প্ৰদেশৰ বাৰাণসীৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত (পি.এই.চ.চি.) নিযুক্ত হৈ থকা এজন স্বাস্থ্য তদাৰকক লোকসকলক ভুৱা কোভিড-১৯ ভেকছিন প্ৰদান কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। অভিযুক্তজনে ইয়াৰ বাবে জৰিমনা ভৰিব লাগিব, আৰক্ষীয়ে উল্লেখ কৰে। পি.এইচ.চি. অধীক্ষক হৰিশ চন্দ্ৰ মৌৰ্যই কয় যে অভিযুক্তজনৰ লগত ডেক্সোনা (এণ্টি-এলাৰ্জিক ইনজেক্শন) আৰু এচিলোক (গেষ্ট্ৰিকৰ)ইনজেক্শন পোৱা গৈছিল।

(UD.)