ইস্তাহাৰ
ধৰণী চেতিয়া
চিলাপথাৰ, ধেমাজি
তুমি কি কৰিছাঁ dear
ক্ষোভ জোঁকাৰি চহৰ ভ্ৰমিচা!
কিয় ইমান হাবাথুৰি খায়ছা
ইলিছ মাছৰ স্বাদ বিচাৰি
চহৰখন মিছাতে কিয় চলাথ কৰিছা!
my dear sweetheart
বহুদূৰ journey কৰিলা
ভাগৰ লগা নাই !
Please অলপ বহা
আৰু একাপ চাহৰ স’তে জিৰণি লোৱা।
