আৰ্দশ
পৰিস্মৃতা বৰা হাজৰিকা
নিকিনিখোৱা গাওঁ , মাজুলী
আইতাকক থৈ মাক দেউতাকৰ সৈতে ঘুৰি আহোতে সি কৰা প্ৰশ্নত থত্মত্ খালে দুয়ো। তাৰ প্ৰশ্নত দুয়ো নিজৰ সিদ্ধান্ত সলাই আকৌ গাড়ীখন ঘুৰালে বৃদ্ধাশ্ৰম খনৰ অভিমুখে। সৰুৱেই যে কেতিয়াবা ডাঙৰৰ সিদ্ধান্ত সলাব পাৰে তাৰ উদাহৰণ হৈ ৰ’ল সি।
