আহা কণমানিহঁত স্বৰবৰ্ণ পঢ়ো – ছেলিমা বেগম

PC - Youtube
আহা কণমানিহঁত স্বৰবৰ্ণ পঢ়ো
ছেলিমা বেগম, নগাঁও
অ- অসম আমাৰ ৰাজ্য ।
আ – আমি অসমীয়া নহওঁ দুখীয়া ।
ই- ইমান ধুনীয়া অসমৰ মাত ।
ঈ – ঈশান মোৰ নাম।
উ – উট মৰুভূমিৰ জাহাজ।
ঊ – ঊনবিংশ শতিকাৰ আমি অসমীয়া।
ঋ -ঋতু পৰিবৰ্তন হৈ থাকে।
এ – এক ,দুই , তিনি, চাৰি
ঐ – ঐ কণমানি পঢ়িবা গণিত মেলি ।
ও – ওচৰত হাত পুথি ৰাখিবা জানি ।
ঔ – ঔষধীয় গুণ আছে গছ – গছনিৰ এই কথা সকলোৱে জানে।