আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে কোভিড-১৯ বুষ্টাৰ শ্বট লাভ

pc The New York Times

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে কোভিড-১৯ বুষ্টাৰ শ্বট লাভ

অনলাইন বার্ত্তাসেৱা- আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে কোভিড-১৯ বুষ্টাৰ শ্বট লাভ কৰে। লগতে আমেৰিকান সকলক টিকাকৰণ কৰিবলৈ জনায়। আমেৰিকা যুক্তৰাজ্যই উচ্চ বিপদাশংকা প্ৰাপ্তবয়স্ক, ৬৫ বছৰ বা তাতকৈ অধিক বয়সৰ প্ৰাপ্তবয়স্ক আৰু নিয়মীয়াকৈ ভাইৰাছৰ সংস্পৰ্শলৈ অহা আন সকলৰ বাবে ফাইজাৰ-বায়োএনটেক বুষ্টাৰ শ্বট কৰ্তৃত্ব প্ৰদান কৰে।