আমেৰিকাত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱাৰ ঘটনাক গৰিহণা হোৱাইট হাউচৰ

pc The Financial Express

আমেৰিকাত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱাৰ ঘটনাক গৰিহণা হোৱাইট হাউচৰ

ৰঙিলী বাৰ্ত্তাসেৱা–  হোৱাইট হাউচে শেহতীয়াকৈ দেশত মহাত্মা গান্ধীৰ মূৰ্তি ভাঙি পেলোৱাৰ ঘটনাক গৰিহণা দিছে। “মহাত্মা গান্ধী এক অনুপ্ৰেৰণা। আপুনি বহুবাৰ ৰাষ্ট্ৰপতিৰ পৰা পোনপটীয়াকৈ শুনিছে,” হোৱাইট হাউচৰ প্ৰেছ সচিব কাৰিন জিন-পিয়েৰে কয়। চলিত মাহৰ আৰম্ভণিতে নিউয়ৰ্কত মহাত্মা গান্ধীৰ দুটা প্ৰতিমূৰ্তি ভাঙি পেলোৱা হৈছিল। নিউয়ৰ্ক আৰক্ষীয়ে এই ঘটনা দুটাৰ তদন্ত অব্যাহত ৰাখিছে।