আফগানিস্তানৰ পৰা প্ৰত্যাহাৰ কৰাটো আমেৰিকাৰ বাবে সৰ্বশ্ৰেষ্ঠ সিদ্ধান্তঃ বাইডেন

pc India Today

আফগানিস্তানৰ পৰা প্ৰত্যাহাৰ কৰাটো আমেৰিকাৰ বাবে সৰ্বশ্ৰেষ্ঠ সিদ্ধান্তঃ বাইডেন

অনলাইন বাৰ্ত্তাসেৱা – আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে ২০ বছৰৰ পিছত আফগানিস্তানৰ পৰা সৈন্য উলিয়াই অনাৰ সিদ্ধান্ত ৰক্ষা কৰি কয় যে এইটো “আমেৰিকাৰ বাবে সঠিক……. জ্ঞানী…….. আৰু…….. সৰ্বশ্ৰেষ্ঠ সিদ্ধান্ত”। তেওঁ লগতে কয় যে আমেৰিকাৰ জনসাধাৰণৰ “গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় স্বাৰ্থৰ” সেৱাত নথকা যুদ্ধ অব্যাহত ৰখাৰ কোনো কাৰণ নাই। আমেৰিকাই সোমবাৰে নিশা আফগানিস্তানৰ পৰা সৈন্য প্ৰত্যাহাৰ সম্পূৰ্ণ কৰিছিল।

(UD.)