আপৰ কৰ্মকৰ্তাক আৰক্ষীৰ বাধা

Pc Wikipedia

আপৰ কৰ্মকৰ্তাক আৰক্ষীৰ বাধা

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাষ্ট্ৰীয় দলৰ স্বীকৃতি পোৱাৰ পিছত আজি কামৰূপ মেট্ৰ আপ অফিচত সাংগঠনিক দিশত কিছু আলোচনা কৰাৰ পিছত সকলো দলীয় কর্মকৰ্তাই একেলগে বাইক/গাড়ীত দলীয় পতাকা লগাই গুৱাহাটীৰ গণেশগুৰিস্থিত আপ মুখ্য কার্যালয়লৈ আহিবলৈ বিচাৰিছিল যদিও অসম আৰক্ষীয়ে কৰ্মকৰ্তা সকলক বাধা প্ৰদান কৰে।