আনকি স্থানীয় কলনী দলৰ বিৰুদ্ধেও ১০ টা উইকেট লোৱা টো সহজ নহয়: আজাজ পেটেলৰ ওপৰত হৰভজন

Pc Sportskeeda hindi

আনকি স্থানীয় কলনী দলৰ বিৰুদ্ধেও ১০ টা উইকেট লোৱা টো সহজ নহয়: আজাজ পেটেলৰ ওপৰত হৰভজন

ৰঙিলী বাৰ্ত্তাসেৱা-  নিউজিলেণ্ডৰ স্পিনাৰ আজাজ পেটেলে ভাৰতৰ বিৰুদ্ধে এটা ইনিংছত ১০ টা উইকেট লোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অভিজ্ঞ স্পিনাৰ হৰভজন সিঙে কয়, “আপোনাৰ কলনীৰ স্থানীয় দলৰ বিৰুদ্ধেও ১০ টা উইকেট লোৱাটো সহজ নহয়। আপুনি ভাবিব নোৱাৰে আৰু কৰিব নোৱাৰে।” তেওঁ লগতে কয়, “ক্ৰিকেটত এইটো এটা ডাঙৰ মুহূৰ্ত। ক্ৰিকেটত এইটো এটা অতি বিৰল ঘটনা।”