আধাৰশিলা – মুন শৰ্মা

pc shutterstock
অণুগল্প
আধাৰশিলা
 মুন শৰ্মা, লখিমপুৰ
যোৱা পাঁচ বছৰৰে শিল এক ট্ৰাক পৰিলে। তাৰ বাদে একোৱেই নহ’ল। বাৰিষা আহিলে ৰাস্তাৰ অৱস্থা কি হ’ব ধৰিব পৰা নাই দেই। ধেই…. তই ও বৰ বেঙা দেই, আগতে যেনে এই বাৰিষা ও তেনেই। আধাৰশিলাহে, ফলক খন পঢ়ি চোৱা নাই নেকি?