আজিৰ ৰাশিফল

p.c Freepik

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি পুহ মাহৰ ২৫ তাৰিখ সোমবাৰ , ইংৰাজী ১০ জানুৱাৰী |
শুক্ল পক্ষ, অষ্টমী তিথি, দিনৰ ১২/২৪/৪১ মি. পৰা নৱমী তিথি ||
* *
সূৰ্য্যোদয় = ৬/১৬/৩৪ মি.
সূৰ্য্যোস্থয় = ৪/৪৫/৪৭ মি.

জন্মতঃ= মীন ৰাশি (দ, চ) বিপ্ৰ বৰ্ন, অগ্নি যোগ, দেৱ গন, হাতীৰ অস্থি, পুৱা ৮/৫০/৪৯ মি. পৰা মেষ ৰাশি (অ, ল), ক্ষত্রিয় বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, মাহেন্দ্ৰ যোগ, দেৱ গন, ঘোঁৰাৰ অস্থি ||

আদ্যঋতু হলে ঃ= দুঃশিলা যোগ, ৪৫ দিনীয়া ব্ৰত, ক’লা পাৰ চৰাই এজোৰ দান, অধিপতি গ্ৰহ – ৰাহু-কেতু ||

ভক্ষ্যাভক্ষ্যঃ= আমিষ আৰু নাৰিকল খোৱা নিষেধ, দিনৰ ১২/২৪/৪১ মি. পৰা লাউ খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = কাৰ্য্য সিদ্ধি যোগ চলিছে |
বৃষ = গৃহত অশান্তি দেখা যায় |
মিথুন = ক্ৰয়-বিক্ৰয়ত শুভ ফল লাভ কৰিব |
কৰ্কট = অযথা ব্যয় বৃদ্ধি হব |
সিংহ = কৰ্মত জটিলতা বৃদ্ধি হব পাৰে |
কন্যা = আনৰ পৰা সহায় লাভ কৰিব |
তুলা = অপমানৰ ভয় আছে |
বৃশ্চিক = সমস্যা সমাধান কৰিবলৈ সক্ষম হব |
ধনু = মনত ভয় বৃদ্ধি হব |
মকৰ = মনৰ আশা পূৰন হোৱা দেখা যায় |
কুম্ভ = শুভ সংবাদ লাভ কৰিব |
মীন = জ্ঞান লাভ কৰিবলৈ সক্ষম হব |