আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||
আজি পুহ মাহৰ ২৪ তাৰিখ ৰবিবাৰ , ইংৰাজী ৯ জানুৱাৰী |
শুক্ল পক্ষ, সপ্তমী তিথি, দিনৰ ১১/৮/২৮ মি. পৰা অষ্টমী তিথি ||
* *
সূৰ্য্যোদয় = ৬/১৬/২৭ মি.
সূৰ্য্যোস্থয় = ৪/৪৪/৪৮ মি.
জন্মতঃ= মীন ৰাশি (দ, চ) বিপ্ৰ বৰ্ন, অগ্নি যোগ, মনুষ্য গন, গৰুৰ অস্থি ||
আদ্যঋতু হলে ঃ= দূৰ্ভগা যোগ, ১২ দিনীয়া ব্ৰত, কাছ দান অভাৱে জীয়া মাছ দান, অধিপতি গ্ৰহ -মংগল, পুৱা ৭/১০/৩০ মি. পৰা দুঃশিলা যোগ, ৪৫ দিনীয়া ব্ৰত, ক’লা পাৰ চৰাই এজোৰ দান, অধিপতি গ্ৰহ – ৰাহু-কেতু ||
ভক্ষ্যাভক্ষ্যঃ= তাল খোৱা নিষেধ, দিনৰ ১১/৮/২৮ মি. পৰা আমিষ আৰু নাৰিকল খোৱা নিষেধ ||
আজিৰ ৰাশিফলঃ =
মেষ = শত্রুক জয় কৰিব পাৰিব |
বৃষ = ভ্ৰমণত কষ্ট ভোগ কৰিব |
মিথুন = পুৰণি ৰোগ বৃদ্ধি হব |
কৰ্কট = মনৰ আশা পূৰন হব |
সিংহ = কৰ্ম ব্যস্ততা বৃদ্ধি হব |
কন্যা = আত্মীয়ৰে আমোদ প্ৰমোদ লাভ হব |
তুলা = মানসিক দুঃচিন্তা বৃদ্ধি হব |
বৃশ্চিক = সামাজিক মান বৃদ্ধি হব |
ধনু = মানসিক ক্লেশ বৃদ্ধি হব |
মকৰ = পুৰণি বিবাদ নিষ্পত্তিৰ হব |
কুম্ভ = অকাৰনত আত্মীয় বিৰোধ হব |
মীন = অৰ্থৰ আগমন বৃদ্ধি হব |