আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||
আজি পুহ মাহৰ ১১ তাৰিখ সোমবাৰ , ইংৰাজী ২৭ ডিচেম্বৰ |
কৃষ্ণা পক্ষ , অষ্টমী তিথি, ৰাতি ৭/২৮/৫২ মি. পৰা নৱমী তিথি ||
* *
সূৰ্য্যোদয় = ৬/১৩/৩৯ মি.
সূৰ্য্যোস্থয় = ৪/৩৫/৪৯ মি.
জন্মতঃ= কন্যা ৰাশি (প, ঠ, ষ), শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, বায়ু যোগ, দেৱ গন, মহিষৰ অস্থি. ||
আদ্যঋতু হলে ঃ= বেশ্যা যোগ, ১৫ দিনীয়া ব্ৰত, ৰাজ হাহঁ এজোৰ দান, অধিপতি গ্ৰহ – ৰবি ||
ভক্ষ্যাভক্ষ্যঃ= নাৰিকল খোৱা নিষেধ , ৰাতি লাউ খোৱা নিষেধ ||
আজিৰ ৰাশিফলঃ =
মেষ = মনত হতাশাই আমনি কৰিব |
বৃষ = কৰ্ম ব্যস্ততা বৃদ্ধি হব |
মিথুন = ঘৰুৱা তথা সামাজিক দায়িত্ব বৃদ্ধি হব |
কৰ্কট = কৰ্মত জটিলতা দেখা যায় |
সিংহ = অনৰ্থক ব্যয় বৃদ্ধি হব |
কন্যা = মনৰ আশা ভংগ হব পাৰে |
তুলা = কৰ্ম ক্ষেত্ৰত কৃতকাৰ্যতা লাভ কৰিব |
বৃশ্চিক = দাম্পত্য সুখ বৃদ্ধি হব |
ধনু = নতুন বন্ধু লাভ কৰিব |
মকৰ = ঘৰুৱা সম্পদ লাভ কৰিব |
কুম্ভ = আত্মাগ্লানিত ভোগিব |
মীন = অভিমান বৃদ্ধি হোৱা দেখা যায় |