আজিৰ ৰাশিফল

pc Dreamstime

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি ভাদ মাহৰ ১৫ তাৰিখ বুধবাৰ , ইংৰাজী ১ চেপ্তেম্বৰ |
কৃষ্ণ পক্ষ দশমী তিথি ||
**
সূৰ্য্যোদয় = ৫/৭/২০ মি.
সূৰ্য্যোস্থয় = ৫/৩৯/২১মি.

জন্মত= মিথুন ৰাশি (ক, ছ) বৈশ্যবৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন, মাহেন্দ্ৰ যোগ, দেৱ গন, শ্বানৰ অস্থি, দিবা ১২/৩৫/২৯মি. পৰা মনুষ্য গন, সৰ্পৰ অস্থি |

আদ্যঋতু হলে= পতিহিতা যোগ, ৭ দিনীয়া ব্ৰত, কল দান , অধিপতি গ্ৰহ বৃহস্পতি | দিবা ১২/৩৫/২৯ মি. পৰা কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি_দুগ্ধ দান, অধিপতি গ্ৰহ চন্দ্ৰ | _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . কলমৌ খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = সম্পদ বৃদ্ধি হব | বৃষ = প্ৰেমত সফলতা লাভ কৰিব |
মিথুন = কৰ্মত উন্নতি সাধন হব |
কৰ্কট = নতুন বস্ত্ৰ লাভ কৰিব |
সিংহ = ৰাজহুৱা কামত ব্যস্ততা হব |
কন্যা = কৰ্মত পৰিবৰ্তন হোৱা দেখা যায় |
তুলা = সন্তানৰ পৰা সুখ লাভ কৰিব |
বৃশ্চিক = সাহসৰ পৰিচয় দিয়াৰ সুযোগ পাব |
ধনু = মনত আত্মবিশ্বাস বৃদ্ধি হব |
মকৰ = উদৰ ৰোগত ভুগিব পাৰে |
কুম্ভ = আদৰ, সন্মান লাভ কৰিব |
মীন = মনত শুভ বুদ্ধি উদয় হব |